Tuesday 19 May 2020

CoronaTimes (An Assamese Short Story)





" হেল্লো, সকলো ঠিকেই আছেনে ? আৰু ভালদৰে হেন্ডৱাশ্ব তো কৰা ন' অথবা চেনিটাইজাৰ ?"
"প্ৰিয়া, I know........"
" ময়ো জানো তুমি Dr Nilesh বুলি ! কিন্ত মোৰ বাবেতো নহয় ! So, It's my duty to aware you"
"ঠিকেই আছে দিয়া ! বাৰু ৰাহুল এতিয়া কি কৰি আছে?"
" কাৰ্টুন চাই আছে ! কিন্তু নিজ পাপাক বহুত মিছ কৰিৱ লৈছে"
" আৰু ৰাহুলৰ মম্মীয়ে ৰাহুলৰ পাপাক মিছ কৰা নাইনে ?"
" বুজি লৈছোঁ, এই মহামাৰীৰ সংকটৰ সময়ত তোমাৰ প্ৰয়োজনীয়তা বৰ্তমান আমাতকৈ অধিক অনেক ৰাহুল, প্ৰিয়া আদিৰ বাবে আছে !"
"I hope এই সকলোবোৰ খুৱ সোনকালেই solve হ'ৱ !"
" আৰু আমিও এইকেইদিনৰ এই 'phone in love' ৰ পৰা আতঁৰি গৈ স্নীগ্ধ জোনাকক চাই লৈ হতাশা আৰু বিষাদে আমনি কৰা জীৱনত কিছু আশা-সপোন আৰু প্ৰেমৰ মলয়া জীপাল কৰিম পুনৰবাৰ ...."



( Salute to the 'Corona Warriors'.... )


#StaySafeStayHome


 




FEATURED POST :

A Letter to My Anxiety !

TRENDING POSTS OF THIS BLOG SITE :