Tuesday 12 February 2019

অনুভূতি :





জীৱন কেৱল এক গতি নহয় ! বহুতো ঘটনা- পৰিঘটনাৰ এক সংমিশ্রন

অনুৰাগ, স্নাতক অন্তিম বর্ষৰ ছাত্র নিজ Instagram Account scroll কৰি লৈ কিছু অতীত ৰোমন্থন কৰাৰ যত্ন কৰিছে কিদৰে হেপাঁহৰ সাতোঁৰঙীন ৰামধেনুৰ মায়াময় তৰংগবোৰৰ অনুভূতি সি নিজেই অনুভৱ কৰিৱলৈ আৰম্ভ কৰিছিল নিজ জীৱনত অতীতঁক সুৱঁৰি সি উপলব্ধি কৰিছে, কিদৰে সেউজীয়া ঘাহঁনিত শীতৰ পৰশত বুকুলৈ আনিছিল সেউজী জীৱনৰ ৰঙীন কল্পনা জীৱন যেন সময়ৰ সৈতে কৰা গতি মাথোঁ বুলি ভাৱি নথৈ কিদৰে সপোন আৰু হেপাঁহে আগুৰা ধৰনীক আপোঁন বুলি কৈ আকোঁৱালি লৈ অন্তহীন স্বপ্নৰাজ্যৰ কল্পনা কৰিৱ লৈছিল

মোৱাইল স্ক্রীণৰ সময়টোলৈ চাই দেখে ৰাতিপুৱাৰ দহ বাজি পাৰ হৈ গৈছে, হোষ্টেল মত অকলে সি বর্তমান ; লগৰীয়াবোৰ ক্লাছলৈ গৈছে কিন্তু মন নাই আজি তাৰ ক্লাছলৈ যাৱৰ বাবে খিৰিকীৰ পৰা পাৰ হৈ ভিতৰলৈ সোমাই অহা এচাটি বতাহে  স্বপ্নৰাজ্যৰ পৰা বাস্তৱলৈ ঘুৰাই আনিছে অনুৰাগক আৰু অনুধাৱন কৰাৰ যত্ন তাৰ- কিনো জীৱন মানে কেৱল নিজ হাৱিয়াস পুৰণৰ খেল নহয় ঈসিতাৰ ইচ্ছাই তাৰ ইচ্ছা , মানি তাইৰ সিন্ধান্তক ঠিক একেদৰেই যিদৰে আন দহগৰাকীতকৈ তাইৰ প্রশংসাত সি আপ্লুত হয় প্রতিবাৰ জীৱন এনেকুৱাই, এনেদৰেই আগবাঢ়ি যাৱ বুলি মনৰ আৱেগতকৈ কিছু বাস্তৱিকতাৰ কথা চিন্তা আগবঢ়াঁলে এনেদৰেই নিজকে বুজনি দি মনৰ কথাবোৰ কল্পনাৰ সাগৰত ডুৱ গৈ নিজ ডায়েৰীৰ এখিলা কাগজত বিৱৰী লিখা আৰম্ভ কৰিলে অনুৰাগে



“ Dear ঈসিতা, মনত আছেনে সেইদিন, যিদিনা মৃদু হাঁহি এটিৰ সৈতে ‘Hello’ বুলি কৈ তোমাৰ সৈতে কথা-পতা আৰম্ভ কৰিছিলো তাৰ পিছত as usual কোনটো Sem- পঢ়া, কোনটো Department, ঘৰ আদি Not So Interesting কথাবোৰৰ মাজত আমাৰ Interesting Conversations - আৰম্ভ ঘটিছিল

তুমি জানানে ? যেতিয়াই মোৰ মনত কিছু নিৰাশা ভাঁহি আহে, তেতিয়া কেৱল দুটাই উপায় আছে মোৰ মনক পুনৰ সতেজ কৰাৰ এক গৰম একাপ চাহ আৰু দ্বিতীয়তে, নিঃসন্দেহ তোমাক ভালপোৱাৰ অনুভৱ আজি সেই - বুলি মনতে পুহিঁ ৰখা মনৰ ভাৱনাবোৰ যেনিৱা কৈ থৈছো তোমাক একান্তই হৃদয়ত পালিত তোমাৰ প্রতি ভালপোৱাৰ সমস্ত কথা প্রকাশ কৰিছো তোমাৰ সন্মুখত নাজানো, তোমাৰ প্রতি থকা এই প্রেমৰ কিৰণে তোমালৈ কিমান ভৱিষ্যজ্যোতিৰ সার্থকতা প্রদান কৰিৱ

জানা নিশ্চয়, মই, তুমি বা আনকোনোৱা, জীৱনত লগপোৱা কাৰোৱাক যদি আপোন বুলি আকোঁৱালি লওঁ, সহজতে এৰি দি পাহঁৰিৱ নিৱিচাৰো যদিওঁৱা সময়ৰ পাকচক্রত পৰি সম্বন্ধ থাকক বা নাথাকক কিন্তু সেই ব্যক্তি বিশেষ বা ব্যক্তিত্বৰ অন্তৰংগ অনুভূতি সদায়ে আপোন হৈ থাকিৱ জীৱনপথত বহুতো লোকৰ সমাগম ঘটিৱ , কথা-বার্তা , বন্ধুত্ব- সম্বন্ধৰ এনাজৰী নিশ্চয়, কিন্তু যাৰ দ্বাৰা অনুপ্রানিত হৈ জীৱনৰ বাবে সপোন ৰচাঁৰ আৰম্ভ ঘটিছিল, তেওঁলোকৰ স্মৃতি জীৱন-জুৰি কঢ়িয়াই লৈ ফুৰো আমি……

ইয়াতে থমকি ৰৈ মোৱাইল data টো on কৰি অনুৰাগে whatsapp status দি লিখিলে-

“ Be Cool, I will also respect your choice! After all, everyone has the right to choose the Colours of Life!!”





 

FEATURED POST :

A Letter to My Anxiety !

TRENDING POSTS OF THIS BLOG SITE :